অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

মহানগৰীৰ লখৰাৰ লালুংগাঁৱত এক নৃশংস হত্যাকাণ্ড, পত্নীক হত্যা কৰি ভৰাই থ’লে বাকচত

মহানগৰীৰ লখৰাৰ লালুংগাঁৱত নৃশংস হত্যাকাণ্ড

এগৰাকী মহিলাক হত্যা পাষাণ স্বামীৰ

পত্নীক হত্যা কৰি ভৰাই থ’লে বাকচত

মৃতদেহৰ পৰা ওলোৱা দুৰ্গন্ধৰ পিছতে পোহৰলৈ ঘটনা

লালুংগাঁৱৰ ১০নং ঘৰত সংঘটিত এই হত্যাকাণ্ড

এসপ্তাহ পূৰ্বে ৰাজু বৈশ্যই ভাড়ালৈ লৈছিল ঘৰটো

মৃত মহিলাগৰাকী ৰাজু বৈশ্যৰ দ্বিতীয়া পত্নী বাসন্তী বৈশ্য

ঘটনাৰ পিছৰে পৰা পলাতক অভিযুক্ত ৰাজু বৈশ্য

ঘটনাস্থলীত উপস্থিত গড়চুক আৰক্ষী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − four =

Back to top button