অসমদিল্লীদৈনিক বাতৰি

নতুন দিল্লীত ৬০সংখ্যক ‘ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস’

নতুন দিল্লীত ৬০সংখ্যক ‘ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস’

নতুন দিল্লীত ৬০সংখ্যক ‘ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস’

সামুদ্ৰিক বাণিজ্যৰ ইতিহাস সুঁৱৰি এই দিৱস

দিৱস উপলক্ষে উলিওৱা হয় বিশাল ৱাকাথন

মেজৰ ধ্যান চান্দ কলেজৰ পৰা এই সমদল

ৱাকাথনৰ ফ্লেগ অফ কৰে মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

অনুষ্ঠানত অংশগ্ৰহণ মাৰ্চেণ্ট নেভিৰ বহু কেডেটৰ

১৯১৯ চনৰ আজিৰ দিনটোত ভাৰতৰ পৰা প্ৰথম খন বাণিজ্যিক জাহাজ বোম্বেৰ পৰা লণ্ডনলৈ প্ৰেৰণ কৰা হৈছিল। এতিয়াৰ পৰা সমুদ্ৰত Green Water Ways তৈয়াৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.