leatest updateঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত

আজিৰে পৰা উখল-মাখল নীলাচলৰ বুকু।

হাজাৰ হাজাৰ ভক্তৰে উথপথপ নীলাচল...

আজিৰে পৰা মহা অম্বুবাচী মেলা। অম্বুবাচীক লৈ উখল-মাখল নীলাচল। পুৱতি নিশা ২.৩০ বজাত হ’ব অম্বুবাচীৰ প্ৰবৃত্তি। কামাখ্যাধামত এতিয়া দেশ-বিদেশৰ সাধু-সন্যাসীৰ ভিৰ। হাজাৰ হাজাৰ ভক্তৰে উথপথপ নীলাচলৰ বুকু।

নীলাচলৰ বুকুত কঠোৰ নিৰাপত্তা বেষ্টনী। তিনিদিনৰ বাবে বন্ধ থাকিব কামাখ্যাৰ দুৱাৰ। ২৬ জুনত ভক্তৰ বাবে মুকলি হ’ব মন্দিৰৰ দুৱাৰ। নিশা ৯ বজাৰ পিছত কামাখ্যাত নিষিদ্ধ ভক্তৰ প্ৰৱেশ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 1 =

Back to top button