অসমমনোৰঞ্জন

জালত উঠিল বৃহত মাছ! ১২ জন মাছুৱৈয়ে লগ লাগি পাৰলৈ তুলিলে মাছটো

পঘাৰে বান্ধি পাৰলৈ আনিব লগীয়া হয় বৃহদাকাৰৰ মাছটো

মাজুলীত জালত উঠিল এটা বৃহদাকাৰৰ গৰুৱা মাছ। মাছটোৰ ওজন ১ কুইণ্টল ২১ কেজি বুলি জানিব পৰা গৈছে। সোৱণশিৰী নৈত মাছমৰীয়া জালত উছিল মাছটো।

১২ জন মাছুৱৈয়ে লগ লাগি পঘাৰে বান্ধি পাৰলৈ আনিব লগীয়া হয় বৃহদাকাৰৰ মাছটো।  মাছটো চাবলৈ এতিয়া ভিৰ কৰিছে বালিচাপৰী বজাৰে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 6 =

Back to top button