অসমঅসম আৰক্ষীআঞ্চলিকগুৱাহাটীভ্ৰমণ

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

শংকৰদেৱ কলাক্ষেত্ৰত ১৯৭১ চনৰ যুদ্ধৰ যোদ্ধা সকলোক সন্মান প্ৰদান কাৰ্যসুচীত উপস্থিত থাকিব ৰাজনাথ সিং

◼️ গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।

◼️ বৰঝাৰ বিমানবন্দৰৰ বায়ুসেনা ষ্টেচনত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী।

◼️ এদিনীয়া কাৰ্যসুচী হাতত লৈ অসমত উপস্থিত হৈছে ৰাজনাথ সিং।

◼️ শংকৰদেৱ কলাক্ষেত্ৰত ১৯৭১ চনৰ যুদ্ধৰ যোদ্ধা সকলোক সন্মান প্ৰদান কাৰ্যসুচীত উপস্থিত থাকিব ৰাজনাথ সিং।

◼️ ১০৫ গৰাকী বীৰ যোদ্ধালৈ প্ৰদান কৰা হ’ব এই সন্মান।

◼️তাৰপিছতে খানাপাৰা পশু চিকিৎসা খেলপথাৰত 7th India Industrial Fair (UDYAM 2022)ত অংশ ল’ব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × four =

Back to top button