ভাৰতমনোৰঞ্জন

আগতকৈ ভিন্ন হ’ব এইবাৰৰ বিগ বছ ১৫ জংঘল যাত্ৰা

বিগ বছৰত প্ৰথমে হ'ব

আগতকৈ ভিন্ন হ’ব এইবাৰৰ বিগ বছ ১৫।

আহি আছে মনোৰঞ্জনেৰে পৰিপূৰ্ণ বিগ বছ ১৫।  এইবাৰৰ বিগ বছৰ ১৫ সংখ্যক সংস্কৰণটো হ’ব কিছু ভিন্ন।

পূৰ্বৰ দৰে পোনে পোনে বিগবছৰ ঘৰত সোমাব নোৱাৰিব কোনো প্ৰতিযোগীয়ে। প্ৰথমে আৰম্ভ হ’ব জংঘল যাত্ৰা। তাৰ পিছতহে  প্ৰতিযোগীয়ে সোমাব পাৰিব বিগ বছৰ বিলাসী ঘৰত।

মধ্যপ্ৰদেশৰ এক জংঘলত এই দৃশ্য গ্ৰহণ হ’ব। ইতিমধ্য বিগবছ ১৫ৰ প্ৰতিযোগিসকল উপস্থিত হৈছে জংঘলত। অনুষ্ঠানটোৰ বাবে প্ৰায় ১৫০ টা কেমেৰা সংস্থাপন কৰা হৈছে।

উল্লেখ্য যে, জংঘলত প্ৰেতিযোগীসকলে নিজেই নিজৰ থকাৰ সুবিধা কৰাৰ ওপৰিও নিজৰ খোৱাৰ ব্যৱস্থাও নিজেই কৰি ল’ব লাগিব।    সম্পূৰ্ণ অনুষ্ঠানটো দুটা ভাগত বিভক্ত কৰা হৈছে। প্ৰথম ভাগটো জংঘলত আৰু দ্বিতীয় ভাগটো বন্ধ ঘৰত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.