Covid-19অসম

এতিয়াৰে পৰা ভেকচিনৰ দুয়োটা ড’জ গ্ৰহণ কৰা লোকেহে ক্ৰয় কৰিব পাৰিব সুৰা!

ৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভুচালে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা

এতিয়াৰে পৰা ভেকচিনৰ দুয়োটা ড’জ গ্ৰহণ কৰা লোকেহে ক্ৰয় কৰিব পাৰিব সুৰা

কৰ’ণাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্য চৰকাৰে বহু নীতি নিয়ম জাৰি কৰিছে যদিও এতিয়াও কৰ’ণা মুক্ত হোৱা নাই ৰাজ্য। ওলোতাই কৰ’ণাৰ নতুন ভেৰিয়েন্টেহে ত্ৰাসৰ সৃষ্টি কৰিছে।

সেয়েহে ইয়াৰ প্ৰতি লক্ষ্য কৰি, বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভুচালে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা। এই নিৰ্দেশনাৰ আনুসৰি ভেকচিনৰ দুয়োটা ডজ গ্ৰহণ কৰা লোকেহে  ক্ৰয় কৰিব পাৰিব সুৰা।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.