leatest updateঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত

সমষ্টিৰ পুনৰ নিৰ্ধাৰণক অসাংবিধানিক আখ্যা অখিল গগৈৰ।

সমষ্টিৰ পুণৰ নিৰ্ধাৰণ সন্দৰ্ভত বৈঠক বিৰোধীৰ

ভূপেন বৰাৰ বাসগৃহত বিৰোধীৰ বৈঠক
সমষ্টিৰ পুণৰ নিৰ্ধাৰণ সন্দৰ্ভত বৈঠক বিৰোধীৰ
বৈঠকত অখিল গগৈ, লুৰিণজ্যোতি গগৈ
বৈঠকত উপস্থিত আপৰ ৰাজ্যিক নেতা ভৱেন চৌধুৰী
একেলগে কাম কৰাৰ অংগীকাৰ ভূপেন বৰাৰ
INDIAক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যক কটাক্ষ ভূপেন বৰাৰ
সমষ্টিৰ পুনৰ নিৰ্ধাৰণক অসাংবিধানিক আখ্যা অখিল গগৈৰ
মুখ্যমন্ত্ৰীৰ প্ৰতি বাক্যবাণ বিধায়ক গগৈৰ
NRC সম্পূৰ্ণ নোহোৱাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণত অসন্তুষ্টি
অসন্তুষ্টি অজাপ সভাপতি লুৰিণজ্যোতি গগৈৰ
কেন্দ্ৰীয় সমিতিয়ে বিৰোধী ঐক্যক সমৰ্থন জনাইছে
মন্তব্য আপৰ ৰাজ্যিক নেতা ভৱেন চৌধুৰীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.