Assamassam policeCity newsCMO AssamCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

আদৰ্শ ঝুনঝুনৱালাৰ CAক নিৰন্তৰ জেৰা আয়কৰ দলৰ, ১০ কোটিৰো অধিকৰ আয়কৰ হিচাপ দিয়াত ব্যৰ্থ CA

আদৰ্শ ঝুনঝুনৱালাৰ CAক নিৰন্তৰ জেৰা আয়কৰ দলৰ

আয় কৰৰ হিচাপ বিচাৰি চলি আছে সোধপোছ

১০ কোটিৰো অধিকৰ আয়কৰ হিচাপ দিয়াত ব্যৰ্থ CA

পুৱাৰে পৰা অভিযান অব্যাহত আয়কৰ বিভাগৰ

আয়কৰ দলৰ নেতৃত্বত শীৰ্ষ আয়কৰ বিষয়াও

অভিযানস্থলীত উপস্থিত অৰ্দ্ধ সামৰিক বাহিনীও

আয়-ব্যয়ৰ সামঞ্জস্য নাই ঝুনঝুনৱালাৰ ব্যৱসায়িক নথিত

বৃহৎ পৰিমাণৰ CGST ,GST ফাঁকি দিয়াৰ তথ্য লাভ

২০১৯ত দিল্লীত ঝুনঝুনৱালাৰ প্ৰতিষ্ঠানত চলিছিল অভিযান

আয়কৰে তলব কৰিছে কোম্পানীৰ কেইবাগৰাকীও শীৰ্ষ  বিষয়াক

ঝুনঝুনৱালাক খ্ৰীষ্টানবস্তিৰ আয়কৰ কাৰ্যালয়ত চলোৱা হৈছে জেৰা

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.