অসম

জামিন পালে ৰৌণক আলী হাজৰিকাৰ পত্নী নুছৰত ৰৌণক হাজৰিকাই…

অৱশেষত আদালতে মঞ্জুৰ কৰে নুছৰতৰ আৱেদন

বিশেষ আদালতত হাজিৰ ৰৌণক আলী হাজৰিকাৰ পত্নী নুছৰত ৰৌণক হাজৰিকাক। বিশেষ আদালতে চমন জাৰি কৰিছিল নুছৰতক। চমন মৰ্মে আজি আদালতত হাজিৰ হয় নুছৰত ৰৌণক হাজৰিকা।

অৱশেষত আদালতে মঞ্জুৰ কৰে নুছৰতৰ আৱেদন। আনহাতে, গোচৰটোৰ আনজন অভিযুক্ত ফৰিদ আলীকো আদালতত হাজিৰ হোৱা নিৰ্দেশ দিয়া হৈছিল যদিও উপস্থিত নহয় ফৰিদ আলী। কাৰাগাৰৰ পৰাই ভিডিঅ’ কনফাৰেন্সযোগে যোগে উপস্থিত থাকে ৰৌণক আলী হাজৰিকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.