leatest updateঅসমগুৱাহাটীদৈনিক বাতৰিমনোৰঞ্জনসংগীতসংস্কৃতি

মাজুলীত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে নাচনীৰ প্ৰশিক্ষণ

বিহুক আদৰিবলৈ প্ৰতিজন অসমীয়াৰ উথপথপ। ঠায়ে ঠায়ে অনুষ্ঠিত বিহুনাচৰ কৰ্মশালা তথা আখৰা।

হেঁপাহৰ ৰঙালীক আদৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক প্ৰস্তুতি।

বিহুক আদৰিবলৈ প্ৰতিজন অসমীয়াৰ উথপথপ।

ঠায়ে ঠায়ে অনুষ্ঠিত বিহুনাচৰ কৰ্মশালা তথা আখৰা।

বিহুক লৈ জীয়াৰী-বোৱাৰী, ডেকা-গাভৰুৰ গাত নাই তত।

পিছপৰি নৰ’ল মন্ত্ৰী-বিধায়কো।

বিহুৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে সমগ্ৰ ৰাজ্যৰ লগতে সত্ৰনগৰী মাজুলীতো এতিয়া উখল-মাখল পৰিবেশ।

মাজুলীত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে নাচনীৰ প্ৰশিক্ষণস্থলীত বিত্তমন্ত্ৰী অজন্তা নেওগ।

মাজুলীত উপস্থিত হৈ বিহু কৰ্মশালা পৰিদৰ্শন কৰি নাচনীসকলক উৎসাহিত কৰাৰ লগতে সকলোকে অসম চৰকাৰৰ পদক্ষেপত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.