অপৰাধঅসমগুৱাহাটী

মহানগৰীত চাঞ্চল্যকৰ ঘটনা! ব্লেডেৰে উপৰ্যুপৰি আক্ৰমণ ব্যৱসায়ীক

গীতানগৰৰ শংকৰ পথত সংঘটিত হয় এই ঘটনা

নিশা মহানগৰীৰ গীতানগৰত চাঞ্চল্যকৰ ঘটনা। ব্যৱসায়ীক উপৰ্যুপৰি আক্ৰমণ দুৰ্বৃত্তৰ।

আছিক আলী নামৰ ব্যৱসায়ীকজনক ব্লেডেৰে আক্ৰমণৰ চেষ্টা কৰে আক্ৰমণকাৰীয়ে। গীতানগৰৰ শংকৰ পথত সংঘটিত হয় এই ঘটনা।

আৰক্ষীয়ে আক্ৰমণকাৰীক আটক কৰাৰ পাছত আটকাধীন লোকজনৰ নাম অংকুৰ শৰ্মা বুলি জানিব পৰা গৈছে।

সুৰাপান কৰিবলৈ ধন নিদিয়াৰ বাবে এই ঘটনা সংঘটিত কৰিছিল দুৰ্বৃত্তই ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.