Assamleatest updatepolitical

বিৰোধী মহাজোঁট I.N.D.I.A.ৰ তৃতীয়লানি বৈঠক

৩১ আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে বৈঠক মুম্বাইত

বিৰোধী মহাজোঁট I.N.D.I.A.ৰ তৃতীয়লানি বৈঠক
৩১ আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে বৈঠক মুম্বাইত
মুম্বাইৰ গ্ৰেণ্ড হায়াত হোটেলত হ’ব বৈঠক
বৈঠকৰ পূৰ্বে NCP নেতা শাৰদ পাৱাৰৰ সংবাদমেল
দেশক উপযুক্ত বিকল্প দিয়াৰ ঘোষণা পাৱাৰৰ
কংগ্ৰেছ নেতা নানা পাটেলৰ ঘোষণাঃ মিত্ৰজোঁটত আছে ১১খন
‘বিৰোধী মহাজোঁটে ২০১৯ত লাভ কৰিছিল ২৩কোটি ভোট’
‘২০১৯ত বিজেপি মিত্ৰজোঁটে লাভ কৰিছিল ২২কোটি ভোট’
‘বিৰোধী বিভাজিত হৈ থকা বাবেই কেন্দ্ৰত BJPৰ চৰকাৰ’
I.N.D.I.A.ৰ বৈঠকৰ বাবে মুম্বাইত উপস্থিত RJD নেতা
মুম্বাইৰ বৈঠকত নিশ্চিত হ’ব I.N.D.I.A. মহাজোঁটৰ LOGO
মুম্বাইৰ এই বৈঠকত চামিল হ’ব পাৰে পূৰ্বৰ NDAৰ সহযোগী
মুম্বাই বৈঠকৰ আয়োজকৰ দায়িত্বত উদ্ধৱ থাকৰে, শাৰদ পাৱাৰ
বিগত জুলাই মাহত বাংগালুৰুত অনুষ্ঠিত বৈঠকত হৈছিল বিৰোধী ঐক্যৰ নামাকৰণ
২৩ জুনত পাটনাত অনুষ্ঠিত হৈছিল বিৰোধী মহাজোঁটৰ প্ৰথমখন বৈঠক

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.