জনতা ভৱনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত MoU স্বাক্ষৰ অনুষ্ঠান
বৃহৎ ঔদ্যোগিক প্ৰকল্প স্থাপনৰ লক্ষ্যৰে MoU

জনতা ভৱনত আজি MoU স্বাক্ষৰ অনুষ্ঠান
মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ অনুষ্ঠান
বৃহৎ ঔদ্যোগিক প্ৰকল্প স্থাপনৰ লক্ষ্যৰে MoU
উপস্থিত উদ্যোগ-বাণিজ্য বিভাগৰ শীৰ্ষ বিষয়া
উপস্থিত মন্ত্ৰী বিমল বৰা, জয়ন্ত মল্লবৰুৱা
MoU অনুসৰি ৰাজ্যৰ বিভিন্ন স্থানত হ’ব নতুন উদ্যোগ
৬টা প্ৰতিষ্ঠানৰে স্বাক্ষৰিত বুজাবুজি চুক্তি
২০১৯ৰ উদ্যোগিক নীতি অনুসৰি লাভ কৰিব ৰাজসাহায্য
এই চুক্তি অনুসৰি ২ হাজাৰ কোটি টকা ব্যয় কৰিব মেছাৰ্চ কেশৰ পেট্ৰ’প্ৰডাক্ট লিমিটেডে। LS প্ৰডাক্ট লিমিটেডে ব্যয় কৰিব ১২৯ কোটি টকা। SBL বিস্কুট কোম্পানীয়ে বিনিয়োগ কৰিব ১৩৯.১৪ কোটি টকা। উমৰাংছ’ চিমেণ্টে বিনিয়োগ কৰিব ২৮৫ কোটি টকা। SB লিমিটেডে বিনিয়োগ কৰিব ১৫১ কোটি টকা আৰু JFB লিমিটেডে বিনিয়োগ কৰিব ৪১০ কোটি টকা। ইয়াৰোপৰি ছাৰাফ গ্ৰুপ অৱ হোটেলছে ATDCৰে কৰা স্বাক্ষৰ অনুসৰি কাজিৰঙাত স্থাপন হ’ব অত্যাধুনিক হোটেল।