অসমগুৱাহাটীচিকিৎসাদৈনিক বাতৰিভাৰত

হাবি জংঘল পানীৰ মাজত এখন চিকিৎসালয়, কিয় জৰাজীৰ্ণ অৱস্থাত পৰিণত এইখন চিকিৎসালয় ?

পানীৰ ওপৰত এখন চিকিৎসালয় ৷

হাবি জংঘল মাজত চিকিৎসা প্ৰদান কৰি অহা চিকিৎসালয়খন উত্তৰ গুৱাহাটীত ৷

নাম ফলক খহি ওলমি থকা চিকিৎসালয়খনৰ চিকিৎসক কৰ্মচাৰীয়ে নিয়মীয়াকৈ পাই আহিছ দৰমহা ৷

চাংসাৰী বেজেৰাকে ধৰি ২২খন উপস্বাস্থ্যকেন্দ্ৰ সামৰি লোৱা উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক চিকিৎসালয়খনৰ অবস্থা বহু বছৰ ধৰি এনেকুৱাই হৈ আছে ৷

হাবি জংঘল কাটি পৰিবেশটো সুন্দৰ কৰাৰ সদিচ্ছা নাই চিকিৎসক কৰ্মচাৰীৰ ৷

কোঠাৰ চাদেৰে পানী সৰকা চিকিৎসালয় খনৰ বৈদ্যুতিক সংযোগ আছে বিপদজ্জনকভাবে ওলমি ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + ten =

Back to top button