অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক, ৰে’লৰে গৈ থকা অৱস্থাতে নিৰুৰ্দিষ্ট কামপুৰৰ সদানন্দ বৰা

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক

কামপুৰৰ কচুৱাৰ সদানন্দ বৰা নামৰ যুৱকজন সন্ধানহীন

২১ অক্টোবৰত কৰ্মসূত্ৰে গৈছিল বহিঃৰাজ্যলৈ

ৰে’লৰে গৈ থকা অৱস্থাতে নিৰুৰ্দিষ্ট যুৱকজন

কোনো লোকে অনুসৰণ কৰি আছিল যুৱকজনক

ফোনযোগে পৰিয়ালক অৱগত কৰিছিল এই কথা

ঘটনাৰ পিছৰে পৰা অফ হৈ পৰে যুৱকজনৰ ম’বাইল

যুৱকজনৰ সন্ধানহীনতাত পৰিয়ালত হাহাকাৰ

সন্ধান পালে 6003106659 নম্বৰত যোগাযোগৰ আহ্বান

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.