অসমগুৱাহাটীদৈনিক বাতৰি

বৃদ্ধি পালে সুৰাৰ দাম! নিশা ১১ বজালৈকে খোলা ৰাখিব পাৰিব ম’লসমূহৰ বিপণী

বৃদ্ধি পালে সুৰাৰ দাম! নিশা ১১ বজালৈকে খোলা ৰাখিব পাৰিব ম’লসমূহৰ বিপণী

বৃদ্ধি পালে সুৰাৰ দাম। অসম চৰকাৰৰ সুৰাপায়ীসকলেই যেন শেষ ভৰসা। আৰ্থিক জুৰুলা অৱস্থাৰ পৰা উদ্ধাৰ কৰাৰ গুৰু দায়িত্ব এতিয়া যেন সুৰাপায়ীসকলৰ ওপৰত। সেয়ে এতিয়াৰে পৰা নিশা ১০ বজাৰ পাছতো সুৰা সেৱনকাৰীসকলে ক্ৰয় কৰাৰ সুবিধা পাব সুৰা। কেৱল সেয়াই নহয়, বিলাতী সুৰাৰ মূল্যতো অধিক ধন ভৰি সুৰাপায়ীসকলে আগবঢ়াব অৰ্থনীতিলৈ অৱদান।

উল্লেখ্য যে, পূৰ্বে নিশা ১০ বজালৈকেহে সুৰাৰ বিপনী খোলা থকাৰ অনুমতি আছিল যদিও আবকাৰী বিভাগৰ ৰাজপত্ৰিত অধিসূচনাৰ জৰিয়তে এতিয়াৰে পৰা ১১ বজাতো সুৰা উপলব্ধ হোৱাৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি শ্বপিং মলৰ সুৰাৰ বিপনীসমূহ ১১ বজালৈ খোলা থাকিব।

আনহাতে, কেইবাটাও ব্ৰেণ্ডৰ সুৰাৰ দাম বৃদ্ধি পাইছে। বিলাতী সুৰাৰ দাম ৪%ৰ পৰা বৃদ্ধি পাইছে ২৫%লৈ।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.