সাহিত্য

উন্মোচিত হ’ল লেখিকা নিতালী শৰ্মা দত্তৰ নতুন উপন্যাস ‘ৰ’দ ফুলে মধুৱনত’

লেখিকা নিতালী শৰ্মা দত্তৰ উপন্যাস ‘ৰ’দ ফুলে মধুৱনত’উন্মোচন

উন্মোচিত হ’ল লেখিকা নিতালী শৰ্মা দত্তৰ নতুন উপন্যাস ‘ৰ’দ ফুলে মধুৱনত’। অসম গ্ৰন্থ মেলাৰ জে এছ পাব্লিকেশ্বনত উন্মোচিত হয় উপন্যাসখন। গ্ৰন্থখন উন্মোচন কৰে প্ৰকাশৰ সম্পাদক মিহিৰ দেউৰী,জ্যেষ্ঠ সাংবাদিক দেবজিৎ ভুঞা,জিতুমনী বৰা,শিৱাশীষ ঠাকুৰে। উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে সাংবাদিক দেৱজিৎ নন্দনে। এগৰাকী নিৰ্যাতীত নাৰীৰ মাজত ভাল পুৰুষ ভাল মানুহৰ সন্ধান দিছে লেখিকা নিতালী শৰ্মা দত্তই। উল্লেখ্য লেখিকাৰ প্ৰকাশিত এইখন দ্বিতীয়খন উপন্যাস।’ৰ’দ ফুলে মধুবনক’ পাঠকে আদৰি ল’ব আশাবাদী লেখিকা নিতালী শৰ্মা দত্ত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.