দুৰ্ঘটনা

পুনৰ সংবাদ মাধ্যমৰ শীৰ্ষত বন্দে ভাৰত এক্সপ্ৰেছ। মুকলিৰ ৪ দিন পাছতে অনাকাংক্ষিত ঘটনা

বন্দে ভাৰত এক্সপ্ৰেছলৈ শিলগুটি নিক্ষেপ কৰিলে কোনে?

পুনৰ সংবাদ মাধ্যমৰ শীৰ্ষত বন্দে ভাৰত এক্সপ্ৰেছ। বন্দে ভাৰত এক্সপ্ৰেছত সংঘটিত হ’ল এক অঘটন। পশ্চিমবংগৰ মালদা ষ্টেচনত বন্দে ভাৰত এক্সপ্ৰেছলৈ শিলগুটি নিক্ষেপ কৰে দুৰ্বৃত্তই। দুৰ্বৃত্তৰ আক্ৰমণত বিস্তৰ ক্ষতি হয় ৰে’লখনৰ। ভাঙি চূৰমাৰ হয় এক্সপ্ৰেছখনৰ আইনা। মুকলিৰ ৪ দিন পাছতে সংঘটিত হয় এই অনাকাংক্ষিত ঘটনা। অৱশ্যে এই শিলগুটি নিক্ষেপত আহত হোৱা নাই কোনো যাত্ৰী। ৪ দিন পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিছিল বন্দে ভাৰত এক্সপ্ৰেছ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.