অসমগুৱাহাটীভাৰত

সুৰাৰ ৰাগীত মগন হৈ ৰাজকোষ টনকিয়াল অসমবাসীৰ! হোলীত বিক্ৰী হ’ল ১০.৬২ কোটি টকাৰ সুৰা

দুদিনীয়া হোলী উৎসৱত অসমত ব্যাপক ভাৱে বিক্ৰী হ’ল সুৰা।

দুদিনীয়া হোলী উৎসৱত অসমত ব্যাপক ভাৱে বিক্ৰী হ’ল সুৰা।

অসম আবকাৰী বিভাগৰ সূত্ৰই জনোৱা তথ্য অনুসৰি, ৰাজ্যখনত দুদিনত ₹10.62 কোটি টকাৰ সুৰা বিক্ৰী কৰা হৈছিল।

৭ মাৰ্চত ₹৯.৫৮ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল আনহাতে ৮ মাৰ্চত ₹১.০৪ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল।

উল্লেখ্য যে হোলী উৎসৱৰ দুদিনত কামৰূপ মেট্ৰ’ই ৫.১৮ কোটি ৰাজহ সংগ্ৰহ কৰিছিল।    

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.