অসমগুৱাহাটীবিশ্বমনোৰঞ্জন

প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ বিশ্ব অভিলেখ ! লাচিত বৰফুকনক লৈ অসম চৰকাৰে গঢ়িলে গীনিজ বিশ্ব অভিলেখ…

সমগ্ৰ অসমবাসীৰ বাবে সুখবৰ। প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ বিশ্ব অভিলেখ।

প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ বিশ্ব অভিলেখ! লাচিত বৰফুকনক লৈ অসম চৰকাৰে গঢ়িলে গীনিজ বিশ্ব অভিলেখ…

সমগ্ৰ অসমবাসীৰ বাবে সুখবৰ। প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ বিশ্ব অভিলেখ। ৰচনা প্ৰতিযোগিতাৰে বিশ্ব অভিলেখ গঢ়িলে ৰাজ্য চৰকাৰে। লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে আয়োজন কৰিছিল ৰচনা প্ৰতিযোগিতাৰ।

য’ত অংশ লৈছিল ৫৭ লাখ প্ৰতিযোগীয়ে। বিশ্ব অভিলেখৰ বাবে বিবেচিত হয় ৪২.৯৪ লাখখন ৰচনা। অসমীয়াকে ধৰি অন্যান্য ৩০টা ভাষাত অংশগ্ৰহণ কৰিছিল প্ৰতিযোগীয়ে।

গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই প্ৰদান কৰা বিশ্ব অভিলেখৰ প্ৰমাণ-পত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে। এতিয়া যেন সকলো ফালেই আনন্দ আৰু আনন্দ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + 16 =

Back to top button