অসমআঞ্চলিকগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অসমত প্ৰশ্ন কাকত ফাদিলৰ সন্দৰ্ভত কি ক’লে অৰৱিন্দ কেজৰিৱালে?

কেজৰিৱালে ভাষণত উল্লেখ শংকৰদেৱ আৰু মাধৱদেৱৰ কথা

গুৱাহাটীত উপস্থিত দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান। কেজৰিৱালৰ উপস্থিতিক লৈ সোনাৰাম হাইস্কুল খেলপথাৰত আপ অনুৰাগীৰ আনন্দ উল্লাহ। অসমীয়াত ভাষণ আৰম্ভ কৰি কেজৰিৱালে কয়-‘আপুনি কেনে আছে।’মঞ্চৰ পৰাই মা কামাখ্যাকো সেৱা কৰে কেজৰিৱালে।

ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালৰ।
‘মই অসম আহিম বুলি জানি মোক ধমক দিছে’
‘অসমৰ মুখ্যমন্ত্ৰী তেওঁ হ’ল, কিন্তু অসমৰ সংস্কৃতি নাই’

অসমৰ চৰকাৰী বিদ্যালয়ৰ কথাও কেজৰিৱালে তেওঁৰ ভাষণত উল্লেখ কৰে। মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভতো কেজৰিৱাল মন্তব্যঃ ‘কাকত ফাদিল চক্ৰ চৰকাৰৰ সৈতে মিলি আছে’
‘৭ বছৰ হিমন্ত বিশ্ব শৰ্মাই লেতেৰা ৰাজনীতি কৰিছে’

উল্লেখ্য যে, কেজৰিৱালে ভাষণত উল্লেখ কৰে শংকৰদেৱ আৰু মাধৱদেৱৰ কথা। লগতে ৰূপকোঁৱৰ, বিষ্ণুৰাভাৰ পৰা ভূপেন হাজৰিকাকো স্মৰণ কৰে কেজৰিৱালে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.