অসম

বানৰ সংহাৰী ৰূপৰ পিছত এইবাৰ জাপানীজ এনকেফেলাইটিছৰ কৱলত ৰাজ্য।

ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৩জনকৈ লোকৰ।

বানৰ সংহাৰী ৰূপৰ পিছত এইবাৰ জাপানীজ এনকেফেলাইটিছৰ কৱলত পৰিছে ধেমাজি জিলাৰ বহু অঞ্চল। বানাক্ৰান্ত জিলাখনত ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৩জনকৈ লোকৰ।

আনহাতে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ প্ৰায় ৩০জন লোক হৈ আছে চিকিৎসাধীন। সমান্তৰালকৈ নলবাৰী জিলাৰো বিভিন্ন স্থানত বহু লোক জাপানীজ এনকেফেলাইটিছ আৰু ডেংগু ৰোগত আক্ৰান্ত হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.