অসমদৈনিক বাতৰিভাৰত

আজি স্থাপন হ’ব অমৃত ভাৰত ষ্টেচন আঁচনিৰ আধাৰশিলা, প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিব আধাৰশিলা

আজি স্থাপন হ’ব অমৃত ভাৰত ষ্টেচন আঁচনিৰ আধাৰশিলা, প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিব আধাৰশিলা

আজি স্থাপন হ’ব অমৃত ভাৰত ষ্টেচন আঁচনিৰ আধাৰশিলা

প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিব আধাৰশিলা

আঁচনিৰ অধীনত দেশৰ ৫০৮টা ৰে’লৱে ষ্টেচনৰ ৰূপান্তৰ

অসমত পুনৰ বিকাশ হ’ব ৩২টা ষ্টেচনৰ

৫০৮টা ষ্টেচনত বিনিয়োগ হ’ব ২৫ হাজাৰ কোটি

৩২টা ষ্টেচন পুনৰ নিৰ্মাণত বিনিয়োগ ৯৯০ কোটি

দেশৰ ৰে’ল মানচিত্ৰৰ বাবে এক সুখবৰ। বিশ্বমানৰ পৰ্যায়লৈ উন্নীত কৰাৰ প্ৰয়াস । অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত এই কাৰ্যসূচী। উল্লেখ্য যে চলিত বিত্তীয় বৰ্ষৰ বাজেটত অমৃত ভাৰত ষ্টেচন আঁচনিৰ শিতানত ১০,২৬৯ কোটি টকা ঘোষণা কৰা হৈছিল। আৰু তাৰ বাবে বাছনিকৃত ৰে’লৱে ষ্টেচনসমূহৰ মাজত অসমৰ ৫০টা ষ্টেচন অন্তৰ্ভুক্ত হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.