অসমগুৱাহাটীদৈনিক বাতৰিবলিউডবোলছবিভাৰতমনোৰঞ্জনশিল্পী

পুনৰ বক্স অফিচত মুখামুখি অক্ষয় আৰু ছানি! আপোনালোকে চালে নে?

১১ আগষ্টত বক্স অফিচত পুনৰ মুখামুখি সন্মুখীন ছানী আৰু অক্ষয় ! অক্ষয় কুমাৰ অভিনীত ‘OMG-2’ আৰু ছানী দেউল অভিনীত ‘GADAR- 2’য়ে ছবিগৃহত বৰ্তমান মুক্তি লাভ কৰিলে। এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন কোনে মাৰিব শেষ হাঁহি, কোন থাকিব আগত?

অনুৰাগীসকলে দুইখন চলচ্চিত্ৰৰ ‘Teaser’ আঁকোৱালি লৈছে। কিন্তু এতিয়া চাবলৈ বাকী যে সেই জনপ্ৰিয়তা দ্বিতীয় অংশত অব্যাহত থাকিব নে নাথাকে ? কোনখন চলচ্চিত্ৰই অধিক উপাৰ্জন কৰিব?

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.