অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

টোলগেটৰ সন্মুখত গাড়ী ৰখাই হৰণ বজাওঁক একেলগে : অখিল গগৈ

ৰাজপথত চকা ঘূৰিলেই লাগিব টকা। অধিক টোল কৰ দিবলৈ সাজু হওক আপুনি।

টোলগেটৰ সন্মুখত গাড়ী ৰখাই হৰণ বজাওঁক একেলগে।

ৰাজপথত চকা ঘূৰিলেই লাগিব টকা। অধিক টোল কৰ দিবলৈ সাজু হওক আপুনি। উজনিৰ পৰা নামনিলৈ ২৭খন টোলগেট নিৰ্মাণৰ যো–জা। নিৰ্মীয়মাণ অৱস্থাত আছে আন ৯খন টোলগেট।

লিখিত প্ৰশ্নৰ উত্তৰত বিধানসভাত ৰাজ্য চৰকাৰৰ তথ্য।

চৰকাৰক কঠোৰ সমালোচনা বিধায়ক অখিল গগৈৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.