Covid-19

ক’ভিডত আক্ৰান্ত হোৱা বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ অৱনতি

সন্ধিয়া ঘৰলৈ লৈ যোৱা হ'ব বিধায়ক অখিল গগৈক।

স্বাস্থ্যৰ অৱনতি ঘটিছে বিধায়ক অখিল গগৈৰ। দুদিন পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ হোম কোৱাৰেণ্টাইন হৈ আছিল অখিল গগৈ। কিন্তু স্বাস্থ্যৰ কিছু অৱনতি ঘটাৰ বাবে GMCHত ভৰ্তি কৰোৱা হয় বিধায়কগৰাকীক। সন্ধিয়া ঘৰলৈ লৈ যোৱা হ’ব বিধায়ক অখিল গগৈক।

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব ।

five × 5 =

Back to top button