অসম

কাইলৈ ঘোষণা হ’ব HS চূড়ান্ত পৰীক্ষাৰ ফলাফল, ৰিজাল্ট চাবলৈ ভিজিট কৰক এই ৱেবচাইট

সকলো শিক্ষানুষ্ঠানলৈ ই-মেইলযোগে প্ৰেৰণ কৰা হ’ব ফলাফল

⚫কাইলৈ ঘোষণা হ’ব HS চূড়ান্ত পৰীক্ষাৰ (বিশেষ) ফলাফল

⚫দিনৰ ১২ বজাত ৱেবচাইটযোগে লাভ কৰিব ফলাফল

⚫ www.ahsec.assam.gov.in ত পৰীক্ষাৰ্থীয়ে চাব পাৰিব ফলাফল

⚫সকলো শিক্ষানুষ্ঠানলৈ ই-মেইলযোগে প্ৰেৰণ কৰা হ’ব ফলাফল

⚫১০ আৰু ১১ নৱেম্বৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা

⚫এই পৰীক্ষাৰ বাবে আবেদন জনাইছিল ২,০৮৩গৰাকী শিক্ষাৰ্থীয়ে

⚫পৰীক্ষাত অৱতীৰ্ণ হৈছিল ১,৪১৪গৰাকী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 12 =

Back to top button