leatest updateদৈনিক বাতৰিবলিউডভাৰতমনোৰঞ্জনসংস্কৃতি

দুৰ্ঘটনাত পতিত ‘দ্য কেৰালা ষ্টৰী’ৰ পৰিচালক সুদীপ্ত সেন অভিনেত্ৰী আদা শৰ্মা। 

সামাজিক মাধ্যমত ব্যাপক ভাইৰেল দুয়োৰে দুৰ্ঘটনাৰ খবৰ।

দুৰ্ঘটনাত পতিত বিতৰ্কিত ছবি ‘দ্য কেৰালা ষ্টৰী’ৰ পৰিচালক সুদীপ্ত সেন আৰু চিনেমা খনৰ মুখ্য অভিনেত্ৰী আদা শৰ্মা। সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে দুয়োৰে দুৰ্ঘটনাৰ খবৰ। দেওবাৰে কৰিমনগৰলৈ ‘হিন্দু একতা যাত্ৰা’ত অংশ ল’বলৈ যাত্ৰা কৰি থকাৰ অৱস্থাতে দুৰ্ঘটনাত পতিত হৈছিল দুয়ো।

উল্লেখ্য যে, এই ঘটনা সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই দুয়োৱে স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে টুইট কৰিছিল। টুইটটোযোগে সকলো ভালে থকা কথা উল্লেখ কৰে অভিনেত্ৰী Adah Sharmaই। লগতে দুৰ্ঘটনা গুৰুতৰ নহয় বুলিও জনাই অভিনেত্ৰীগৰাকীয়ে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.