অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ছীল কৰা হ’ল কাহিলীপাৰাৰ ‘আকাৰ’ নিচামুক্তি কেন্দ্ৰ, কেন্দ্ৰটোৰ কেয়াৰ টেকাৰ ৰক্তিমক গ্ৰেপ্তাৰ আৰক্ষীৰ

ছীল কৰা হ’ল কাহিলীপাৰাৰ আকাৰ নিচামুক্তি কেন্দ্ৰ

কেন্দ্ৰটোৰ কেয়াৰ টেকাৰ ৰক্তিমক গ্ৰেপ্তাৰ আৰক্ষীৰ

কেন্দ্ৰটোৰ ৰোগীক প্ৰহাৰৰ অভিযোগ ৰক্তিমৰ বিৰুদ্ধে

নৱ কলিতাকো মাৰধৰৰ অভিযোগ ৰক্তিমৰ বিৰুদ্ধে

CCTVত স্পষ্ট মাৰপিটৰ দৃশ্য

অধ্যক্ষ মৃদুলা বৰকটকীৰ বিস্ফোৰক ভাষ্য

প্ৰথমে বিছনাত হাত-ভৰি বান্ধি ৰখা হৈছিল নৱজিতক

তাৰ পিছত মুখখনো বান্ধি দিয়া হৈছিল নৱজিতৰ

প্ৰায় দুঘণ্টা ধৰি চটফটাই আছিল বিছনাতে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.