অপৰাধঅসমপ্ৰযুক্তি

ভয়ংকৰ! মোবাইল গেম খেলিবলৈ মাতৃৰ একাউণ্টৰ পৰা সৰকালে ১৯ লাখ টকা

মোবাইল গেম খেলিবলৈ ৪ কিশোৰে সৰকালে ধনখিনি

শিৱসাগৰত ভয়ংকৰ কাণ্ড। মোবাইল গেম খেলিবলৈ চুৰি কৰিলে ১৯ লাখ টকা। ৪ কিশোৰে সৰকালে বৃহৎ পৰিমাণৰ ধন।

মাতৃৰ একাউণ্টৰ পৰা সৰকালে ১৯ লাখ টকা। জিতু দত্তৰ পত্নী ৰুমী চুতিয়া দত্তৰ একাউণ্টৰ পৰা মোবাইল গেম খেলিবলৈ ৪ কিশোৰে সৰকালে ধনখিনি।

ICICI বেংকৰ একাউণ্টত আছিল ৰুমী চুতিয়া দত্তৰ এই বৃহৎ পৰিমাণৰ ধন। আটকাধীন এজন যুৱকৰ নাম নিপুৰাজ গগৈ বুলি জানিব পৰা গৈছে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.