অৰ্থনৈতিক

নতুন বছৰত ভাল খবৰ: মিঠাতেলৰ পিছতে হ্ৰাস পালে LPG চিলিণ্ডাৰৰ মূল্য

বছৰৰ প্ৰথম দিনটোতে গ্ৰাহকক কিছু পৰিমাণে ৰেহাই দি হ্ৰাস চিলিণ্ডাৰৰ দাম।

হ্ৰাস পালে LPG চিলিণ্ডাৰৰ মূল্য। বছৰৰ প্ৰথম দিনটোতে গ্ৰাহকক কিছু পৰিমাণে ৰেহাই দি হ্ৰাস চিলিণ্ডাৰৰ দাম।

আজিৰ পৰা ১০২.৫০ টকাকৈ হ্ৰাস বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য। এতিয়াৰ পৰা ১৯ কেজি. বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’ব ১৯৯৮.৫০ টকা।

বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাসে ৰেষ্টুৰেণ্ট, হোটেল, চাহ বিক্ৰেতাসকলক কিছু পৰিমাণে সকাহ দিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.