AssamCity newsCultureEducationGovernment SchemeHimanta Biswa Sarmanorth eastPMo indiapoliticalRegionalSocialSocial Networkঅৰ্থনৈতিকঅসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়

খেতিৰে সংস্থাপন প্ৰাক্তন আলফা নেতাৰ

প্ৰাক্তন আলফা নেতাৰ প্ৰশংসনীয় পদক্ষেপ

বিভিন্ন সময়ত আলফা সমালোচনাৰ সন্মুখিন হয় । সেই একে সময়তে বৰক্ষেত্ৰীত প্ৰাক্তন আলফাৰ খেতিৰে সংস্থাপন হৈছে । চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত প্ৰাক্তন আলফাৰ সদস্যসকল । চৰকাৰে হাজাৰ হাজাৰ কুইন্টল বীজ বিতৰণ কৰি আহিছে যদিও এই সকল প্ৰাক্তন আলফাৰ কোনো ধৰণৰ বীজ চৰকাৰক আশা নকৰি নিজৰ মুলধনেৰে খেতি কৰি আহিছে । প্ৰায় ৭০বিঘা মাটিত মাকৈ সৰিয়হ জলকীয়া বেঙেনা বিভিন্ন ধৰণৰ খেতি কৰি আহিছে প্ৰাক্তন আলফাৰ সদস্যসকলে । এতিয়া এই খেতিৰ বাবে প্ৰয়োজনীয় ট্ৰেক্টৰ ,পাৱাৰ টিলাৰ আদি সা সুবিধা কৰি দিবলৈ আহ্বান কৃষি বিভাগক জনাইছে নেতাকেইগৰাকীয়ে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 5 =

Back to top button