অসমআঞ্চলিক

ঘোষণা হ’ল অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল, ফলাফলৰ বাবে ক্লিক কৰক এই লিংকত…

উল্লেখ্য যে, APSCৰ প্ৰাৰম্ভিক পৰীক্ষা ২০২০, ১২ ছেপ্টেম্বৰ, ২০২১ তাৰিখে অনুষ্ঠিত হৈছিল।

ঘোষণা হ’ল অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল। অসম লোক সেৱা আয়োগে শুকুৰবাৰে ইয়াৰ অফিচিয়েল ৱেবছাইটত ঘোষণা কৰিলে প্ৰাৰম্ভিক পৰ্যায়ৰ পৰীক্ষাৰ ২০২০ৰ ফলাফল।

APSC CCE পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে APSCৰ ৱেবছাইটত গৈ ডাউনলোড কৰিব পাৰিব পৰীক্ষাৰ ফলাফল সমূহ। www.apsc.nic.in লিংকৰ জৰিয়তে চাব পাৰিব ফলাফল।

উল্লেখ্য যে, APSCৰ প্ৰাৰম্ভিক পৰীক্ষা ২০২০, ১২ ছেপ্টেম্বৰ, ২০২১ তাৰিখে অনুষ্ঠিত হৈছিল।

অসম লোকসেৱা আয়োগে মূল পৰীক্ষা(Mains)ৰ বাবে আবেদন পত্ৰ পূৰণ কৰাৰ তাৰিখ শীঘ্ৰেই জাননী যোগে প্ৰকাশ কৰিব।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.