আঞ্চলিক

ৰাজ্য়ত পুনৰ বৃদ্ধি পালে কভিড আক্ৰান্তৰ সংখ্যা!

মঙ্গলবাৰে ৩৫৩লৈ বৃদ্ধি হ'ল কভিড ৰোগী

মঙ্গলবাৰে কভিড ৰোগীৰ সংখ্যা ৰাজ্য়ত ৩৫৩লৈ বৃদ্ধি হৈছে। তাৰে ১৫২টা কেছ কামৰূপ মেট্ৰ’ত বুলি জানিব পৰা গৈছে।

১০৩ৰ পৰা ১৫২লৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা। পূজাত হোৱা জনসমাগমৰ বাবেই এই সংখ্যা বৃদ্ধি পাইছে বুলি ধাৰণা কৰা হৈছে।

ৰাজ্য়ৰ স্বাস্থ্য়মন্ত্ৰী কেশৱ মহন্তই কালি কেবিনেটত কয় যে দুই তিনিদিন চাই চৰকাৰে ব্যৱস্থা লব যে আগন্তুক দিনত কিদৰে সজাগ হব।

এইক্ষেত্ৰত ৰাজ্য়ত লকডাউন হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে।

যোৱা ১০দিনত কামৰূপ মেট্ৰত ৮৭০ কভিড ৰোগী চিনাক্ত হৈছে। দ্বিতীয় স্থানত আছে যোৰহাট।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.