অপৰাধঅসমৰাষ্ট্ৰীয় সুৰক্ষা

বিশ জনীয়া কেডাৰ সহ আত্মসমৰ্পন এম বাথাৰ

বাথাৰ লগত প্ৰচাৰ সচীব বসুৱে কৰে আত্মসমৰ্পন

⬛ বিশ জনীয়া কেডাৰ সহ এম বাথাৰ আত্মসমৰ্পন।

⬛ অৰুণাচলৰ ঘন জংঘলৰ পৰা ওলাই আহি আজি আনুষ্ঠানিকভাৱে NLFB সদস্য সকলে লালপানী আৰক্ষী চকীত আত্মসমৰ্পন কৰে।

⬛ বাথাৰ লগত প্ৰচাৰ সচীব বসুৱে কৰে আত্মসমৰ্পন।

⬛ আজিৰ এই অনুষ্ঠানিক আত্মসমৰ্পণৰ পিছত কটকটীয়া নিৰাপত্তাৰে গুৱাহাটীলৈ নিয়ে মূখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ।

⬛ এই অনুষ্ঠানত উপস্থিত থাকে অসমৰ মন্ত্ৰী পিযুষ হাজৰিকা, বিটিচি প্ৰধান প্ৰমোদ বড়ো, জয়ন্ত মল্ল বৰুৱা, জিপি সিং, পাৰ্থ সাৰথি মহন্ত সহ বহু উচ্চ পথস্থ আৰক্ষী বিষয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.