leatest updatenationalPMo indiapolitical
আজি দেশজুৰি আম আদমি পাৰ্টিৰ প্ৰতিবাদ
ষড়যন্ত্ৰমূলকভাৱে কেজৰিৱালক গ্ৰেপ্তাৰৰ অভিযোগ
![আজি দেশজুৰি আম আদমি পাৰ্টিৰ প্ৰতিবাদ আজি দেশজুৰি আম আদমি পাৰ্টিৰ প্ৰতিবাদ](https://prathamkhabartv.com/wp-content/uploads/2024/06/Screenshot-2024-06-29-143802-780x470.jpg)
দেশজুৰি আজি আম আদমি পাৰ্টিৰ প্ৰতিবাদ
কেজিৰৱালক CBI এ গ্ৰেপ্তাৰৰ পিছতে প্ৰতিবাদ
গুৱাহাটীতো বাজপেয়ী ভৱনৰ সন্মুখত AAPৰ প্ৰতিবাদ
প্ৰতিবাদত অংশগ্ৰহণ প্ৰায় অৰ্ধশতাধিক AAP কৰ্মীৰ
ষড়যন্ত্ৰমূলকভাৱে কেজৰিৱালক গ্ৰেপ্তাৰৰ অভিযোগ
‘ED, CBIক বিজেপিয়ে ব্যৱহাৰ কৰিছে’
শীঘ্ৰে অৰবিন্দ কেজিৰৱালক মুক্তিৰ দাবী প্ৰতিবাদকাৰীৰ