AssamCity newsCMO Assamnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

‘বিজেপিৰ দিনত বহু মুছলমান মহিলাই অৰুণোদয় পাইছে’, বিজেপিৰ দিনত ৰাজ্যৰ সংখ্যালঘুৱে কি পাইছে? : মুখ্যমন্ত্ৰী

বিজেপিৰ দিনত ৰাজ্যৰ সংখ্যালঘুৱে কি পাইছে?

‘বিজেপিৰ দিনত মুছলমান ল’ৰা-ছোৱালীয়ে মেডিকেলত ছিট পাইছে’

‘কংগ্ৰেছৰ দিনত ১০০ ভাগৰ এভাগেও পোৱা নাছিল’

‘বিজেপিৰ দিনত বহু মুছলমান মহিলাই অৰুণোদয় পাইছে’

‘যিয়ে উন্নয়ন বিচাৰে বিজেপিকে ভোট দিব’

‘সাম্প্ৰদায়িক ৰাজনীতি কৰাসকলে বিজেপিক ভোট নিদিয়ে’ : মুখ্যমন্ত্ৰী

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.