AssamCity newsEntertainmentঅসমগুৱাহাটীদৈনিক বাতৰিবলিউডভাৰতসংগীত

প্ৰসিদ্ধ গজল গায়ক পংকজ উধাছৰ মৃত্যু, মৃত্যুৰ সময়ত বিশিষ্ট সংগীত শিল্পীৰ বয়স ৭২…..

প্ৰসিদ্ধ গজল গায়ক পংকজ উধাছৰ মৃত্যু

মৃত্যুৰ সময়ত বিশিষ্ট সংগীত শিল্পীৰ বয়স ৭২

দীৰ্ঘসময় অসুখত ভুগি আছিল পংকজ উধাছ

সোমবাৰে দিনৰ ১১ বজাত মৃত্যু পংকজ উধাছৰ

হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ গায়ক তথা গজল সংগীতত বিশেষ নাম থকা পংকজ উধাছৰ মৃত্যুত তেওঁৰ অনুৰাগীৰ মাজত শোকৰ ছাঁ পৰিছে। একাধিক হিন্দী ছবি তথা কেইবাটাও জনপ্ৰিয় গজলৰ স্ৰষ্টা পংকজ উধাছ চিত্থি আয়ী হ্যে, বতন সে চিত্থি আয়ী হ্যে, আহিষ্টা আহিষ্টা আদি গীতৰ বাবে জনপ্ৰিয় আছিল।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.