Covid-19

ক’ভিডৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ গাঁৱে গাঁৱে স্থাপন হ’ব War Room

ক’ভিডৰ বিৰুদ্ধে সন্মুখৰ পৰা মোকাবিলা কৰিবলৈ এইবাৰ ৰাজ্য চৰকাৰে গাঁৱে গাঁৱে স্থাপন কৰিব ৱাৰ ৰূম(War Room)

শেহতীয়াকৈ চহৰৰ সমান্তৰালকৈ গ্ৰামাঞ্চলত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’ণা সংক্ৰমণ৷ এনেক্ষেত্ৰত উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ৷ যাৰবাবে গাঁও সমূহক ক’ভিডমুক্ত কৰাৰ লক্ষ্যৰে পঞ্চায়ত সমূহক সক্ৰিয় পদক্ষেপ ল’বলৈ আহ্বান চৰকাৰৰ৷

গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে বিনামূলীয়া মাস্ক আৰু চেনিটাইজাৰ বিতৰণত বিশেষ উদ্যোগ গ্ৰহণ কৰিব পঞ্চায়তে৷ একেদৰে প্ৰতিজন গঞাৰ ক’ভিড টেষ্ট কৰাটো সুনিশ্চিত কৰাৰ সন্দৰ্ভতো গাঁও পঞ্চায়তে ল’ব বলিষ্ঠ পদক্ষেপ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.