Assamassam policeCity newsscamঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

APS সুকন্যা দাসৰ ঘৰত SITৰ অভিযান, পুৱাৰে পৰা মালিগাঁওস্থিত বাসগৃহত চলিছে অভিযান….

APS সুকন্যা দাসৰ ঘৰত SITৰ অভিযান

পুৱাৰে পৰা মালিগাঁওস্থিত বাসগৃহত চলিছে অভিযান

আয় বহিৰ্ভূতভাৱে সম্পত্তি গঢ়াৰ অভিযোগত অভিযান

ইতিমধ্যেই APSCকেলেংকাৰিত গ্ৰেপ্তাৰ হৈছে সুকন্যা দাস

ধন দি চাকৰি লৈছিল ৰাজপত্ৰিত বিষয়াগৰাকীয়ে

বৰ্তমানেও SITৰ জিম্মাতে আছে সুকন্যা দাস

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.