AssamCMO AssamHimanta Biswa Sarmanationalঅসমদৈনিক বাতৰিভাৰতৰাজনৈতিক

তামিলনাডুৰ ভেলোৰত নতুন অসম ভৱন, উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

তামিলনাডুৰ ভেলোৰত নতুন অসম ভৱন, উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

তামিলনাডুৰ ভেলোৰত নতুন অসম ভৱন

উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

২৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ সুবিশাল ভৱনটো

৪৩৪০ বৰ্গ মিটাৰ এলেকাত নিৰ্মাণ ‍ভৱনটো

ভূমি মহলা, সেৱা মহলা, ৬টা মহলা, ৫০টা কোঠা

ভেলোৰৰ চাথুভাছাৰিত আছে ভৱনটো

উপকৃত হ’ব অসম তথা উত্তৰ-পূবৰ ৰোগী, পৰিয়াল

ভূমি মহলাত আছে এম্পৰিয়াম, বাহন চালকৰ কোঠা, সমূহীয়া শৌচালয়, বৈদ্যুতিক কোঠা। সেৱা মহলত আছে কৰ্মচাৰীৰ সমূহীয়া কোঠা, একক বিচনাযুক্তকোঠা, সমূহীয়া শৌচালয়, লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়। প্ৰথম মহলাত আছে অভ্যৰ্থনা, ডাইনিং হল, পাকঘৰ, লবী, গুদাম ঘৰ। ২য়, ৩য়, ৪ৰ্থ, ৫ম আৰু ৬ষ্ঠ মহলাত আছে যুটীয়া আৱাসীক আয়ুক্তৰ এপাৰ্টমেণ্ট, দুখন বিচনাযুক্ত কোঠা, VIP, VVIPৰ ছুইট, ৭খন বিচনাযুক্ত মহিলা সংৰক্ষিত কোঠা, ৫খন বিচনাযুক্ত পুৰুষ সংৰক্ষিত কোঠা, ৪খন বিচনাযুক্ত কোঠা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.