AssamCity newsleatest updatepoliticalSocial

ৰাজ্যত আৰম্ভ হ’ল অমৃত কলহ যাত্ৰা।

মোৰ মাটি মোৰ দেশ শীৰ্ষক এই অভিযানৰ জৰিয়তে সমগ্ৰ ৰাজ্যৰ পৰা ৫৪০ কলহ মাটি সংগ্ৰহ কৰা হ’ব।

ৰাজ্যত আৰম্ভ হ’ল অমৃত কলহ যাত্ৰা। আজি গুৱাহাটী মহানগৰীত মেয়ৰ মৃগেন শৰণীয়াই মাটি সংগ্ৰহেৰে মহানগৰীতো আনুষ্ঠানিকভাৱে আৰম্ভ কৰে এই অভিযানৰ। মোৰ মাটি মোৰ দেশ শীৰ্ষক এই অভিযানৰ জৰিয়তে সমগ্ৰ ৰাজ্যৰ পৰা ৫৪০ কলহ মাটি সংগ্ৰহ কৰা হ’ব।

ইয়াৰে ২৭০ কলহ মাটি প্ৰেৰণ কৰা হ’ব নতুন দিল্লীৰ অমৃত উদ্যানলৈ। আন ২৭০ কলহ মাটি ব্যৱহৃত হ’ব কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলাত। এই মাটি সংগ্ৰহ অভিযান গাঁও, মৌজা, ব্লক আৰু জিলা পৰ্যায়ত চলিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.