অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিকৰাজস্থান

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে ৰাজস্থানত ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে ৰাজস্থানত ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

প্ৰতিখন সভাতেই কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে আক্ৰমণাত্মক বাক্যবাণ মুখ্যমন্ত্ৰীগৰাকীৰ।

মহিলাৰ ওপৰত নিৰ্যাতনৰ ক্ষেত্ৰত ৰাজস্থানৰ স্থান এক নম্বৰত বুলি মন্তব্য কৰি নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে সৰৱ হৈ পৰে ডঃ শৰ্মা।

অসমৰ তুলনাত ৰাজস্থানত পেট্ৰ’ল আৰু ডিজেলৰ দাম অধিক বুলিও নিৰ্বাচনী সভাত মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

নিৰ্বাচনী প্ৰচাৰ সভাত অসমত বিজেপি চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক আঁচনিসমূহৰ বিষয়েও বক্তব্য ৰাখে মুখ্যমন্ত্ৰীয়ে।

উন্নয়নৰ গতি অধিক ক্ষিপ্ৰ আৰু ত্বৰান্বিত কৰাৰ লগতে দুৰ্নীতি নিৰ্মূলৰ বাবে বিজেপিক ভোট দিবলৈ আহ্বান জনায় ডঃ শৰ্মাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.