Assamঅসমদৈনিক বাতৰি

বিজনীৰ পাণবাৰীত বন বিভাগৰ অভিযান, জব্দ কাঠৰ কুণ্ডাভৰ্তি টাটা ম’বাইল বাহন

বিজনীৰ পাণবাৰীত বন বিভাগৰ অভিযান, জব্দ কাঠৰ কুণ্ডাভৰ্তি টাটা ম’বাইল বাহন

বিজনীৰ পাণবাৰীত বন বিভাগৰ অভিযান

জব্দ কাঠৰ কুণ্ডাভৰ্তি টাটা ম’বাইল বাহন

অভিযানৰ উমান পাই পলায়ন চালক-হেণ্ডিমেনৰ

অঞ্চলটোত দীৰ্ঘদিনে চলি আহিছে কাঠৰ অবৈধ বেহা

জব্দকৃত বাহনখনৰ নম্বৰ AS-15C-3973

আনহাতে দেওবাৰে বিয়লি আন এটা অভিযানত বিজনীৰ বন বিভাগে কুকলুঙৰ পৰা এখন অবৈধ ছেনগ্ৰেভেল ভৰ্তি ডাম্পাৰ জব্দ কৰে। চালান অবিহনে ছেনগ্ৰেভেল কঢ়িয়াই লৈ অহাৰ অপৰাধত ডাম্পাৰখন জব্দ কৰে বিজনীৰ বন বিভাগে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + nineteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.