অসমআঞ্চলিকদৈনিক বাতৰি

ৰাজ্যজুৰি আক্ৰাছুৰ ক’লা দিৱস পালন। ৰাজ্যৰ ভিন্ন প্ৰান্তত ক’লা পতাকা উত্তোলন।

ৰাজ্যজুৰি আক্ৰাছুৰ ক’লা দিৱস পালন। ৰাজ্যৰ ভিন্ন প্ৰান্তত ক’লা পতাকা উত্তোলন।

ৰাজ্যজুৰি আক্ৰাছুৰ ক’লা দিৱস পালন। ৰাজ্যৰ ভিন্ন প্ৰান্তত ক’লা পতাকা উত্তোলন। জনগোষ্ঠীটোক ভাৰত চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ। শীঘ্ৰে জনগোষ্ঠীটোক ‘গ’ শ্ৰেণীৰ মৰ্যাদা প্ৰদানৰ দাবী। দাবী পূৰণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ।

উল্লেখ্য যে ১৯৪৯ চনৰ ২৮ আগষ্টত তদানীন্তন প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰু, গৃহ মন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেল আৰু কমতাপুৰৰ শেষ ৰজা জগদ্বীপেন্দ্ৰ নাৰায়নৰ মাজত হোৱা এক চুক্তি মৰ্মে কোচ ৰাজবংশীসকলক ‘গ’ শ্ৰেণীৰ নাগৰিক হিচাপে অন্তৰ্ভূক্ত কৰাৰ কথা অছিল। কিন্তু সেই চুক্তি আজিকোপতি ৰূপায়িত নোহোৱাৰ বাবেই আজিৰ দিনটো কোচ-ৰাজবংশীসকলে ক’লা দিৱস তথা প্ৰতাৰণা দিৱস হিচাপে পালন কৰি আহিছে ।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.