Assamleatest updateSocialখেল

ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ; মুকলি হ’ল আমিনগাঁওস্থিত বেডমিণ্টন ষ্টেডিয়াম।

ষ্টেডিয়াম মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ

মুকলি হ’ল আমিনগাঁওস্থিত বেডমিণ্টন ষ্টেডিয়াম

ষ্টেডিয়াম মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

উপস্থিত দেশৰ কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ

৪০ হাজাৰ বৰ্গফুট পৰিসৰৰ প্ৰথমটো বেডমিণ্টন কেন্দ্ৰ

ভাৰতৰ ভিতৰত সৰ্ববৃহৎ ষ্টেডিয়ামখনত আছে ১৬খন ক’ৰ্ট

৩,৫০০ দৰ্শক বহিব পৰাকৈ আছে গেলেৰী

৬৪ খেলুৱৈ, ২০ প্ৰশিক্ষক থাকিব পৰাকৈ আছে আৱাসগৃহ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.