অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ হাজাৰ কোটিটকীয়া কেলেংকাৰিৰ আজি ৰায়দান, গুৱাহাটী উচ্চ ন্যায়ালয়ে ২ বজাত দিব ৰায়দান

উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ হাজাৰ কোটিটকীয়া কেলেংকাৰিৰ আজি ৰায়দান

গুৱাহাটী উচ্চ ন্যায়ালয়ে ২ বজাত দিব ৰায়দান

নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল অভিযুক্তই

জুৱেল গাৰ্লোছা, আৰ এইচ খান, জয়ন্ত ঘোষসহ ১৩জন দ্বাৰস্থ হৈছিল উচ্চ ন্যায়ালয়ৰ

অন্যান্য অভিযুক্তসকল সন্দীপ ঘোষ, ফজেন্দ্ৰ হোজাই, মোহিত হোজাই

আছিংগা ৱাৰিছা, জীৱাংশু পাল, নিৰঞ্জন হোজাই, দেৱাশীস ভট্টাচাৰ্য

বাবুল কেপ্ৰাই, ভানলাল চানা, গোলন দৌলাগপ্পু

এওঁলোকক বিভিন্ন শাস্তি প্ৰদান কৰিছিল নিম্ন আদালতে

২০১৭ চনতে তেওঁলোকে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল

প্ৰায় ৬ বছৰীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি উচ্চ ন্যায়ালয়ে ৰায়দান দিব

এই কেলেংকাৰি হাজাৰ কোটি টকীয়া কেলেংকাৰি বুলি প্ৰচাৰ হৈছিল

পিছত আদালতত ধৰা পৰে প্ৰায় ৩০০ কোটি টকাৰ খামখেয়ালি

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 16 =

Back to top button