Socialবোলছবিভাৰতসংগীত

প্ৰথমবাৰৰ বাবে লতাৰ কণ্ঠত গীত শুনি উচুপি উঠিছিল জৱাহৰলাল নেহৰু! কিন্তু কিয়?

এইয়াই আছিল লতাজীৰ সুমধুৰ কণ্ঠৰ শক্তি

চীন-ভাৰত যুদ্ধৰ পিছত চি ৰামচন্দ্ৰই ৰচনা কৰা ‘এ মেৰে ৱতন কে লোগো’ সুমধুৰ দেশপ্ৰেমমূলক গীতটি সেই সময়ত দেশপ্ৰেমৰ যেন প্ৰতীক হৈ পৰিছিল।

১৯৬৩ চনৰ ২৭ জানুৱাৰীত লতা মংগেশকাৰে নেচনেল ষ্টেডিয়ামত গানটো প্ৰথমবাৰৰ বাবে গাইছিল আৰু তাত উপস্থিত আছিল ৰাষ্ট্ৰপতি ড০ এছ ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু।

গানটো গোৱাৰ সময়ত তেতিয়াৰ প্ৰধানমন্ত্ৰী নেহৰুৰ চকু অশ্ৰুৰে ভৰি পৰিছিল। চাৰে ছয় মিনিটৰ গানটো লতা মংগেশকাৰৰ কন্ঠত শুনাৰ লগে লগে পণ্ডিত জৱাহৰলাল নেহৰুৰ চকুৰে চকুলো বৈ আহিছিল।

নেহৰুৱে কৈছিল যে এই গানটোৱে ভাৰত সম্পূৰ্ণৰূপে অনুপ্ৰেৰিত হ’ব। এইয়াই আছিল লতাজীৰ সুমধুৰ কণ্ঠৰ শক্তি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.