অসমদৈনিক বাতৰি

মৰাণহাটত ৰে’লৱে ফুট অভাৰব্ৰীজৰ উদ্বোধন, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উদ্বোধন কৰে ব্ৰীজখন

মৰাণহাটত ৰে’লৱে ফুট অভাৰব্ৰীজৰ উদ্বোধন, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উদ্বোধন কৰে ব্ৰীজখন

মৰাণহাটত ৰে’লৱে ফুট অভাৰব্ৰীজৰ উদ্বোধন। ২ কোটি ৮০ লাখ টকাৰে এই ফুটব্ৰীজ। কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উদ্বোধন কৰে ব্ৰীজখন।উদ্বোধনী অনুষ্ঠানত তিনিচুকীয়া সংমণ্ডলৰ প্ৰৱন্ধক।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী, যোগেন মহন, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ৷ সভাত বক্তব্য ৰাখি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সমগ্ৰ দেশৰ লগতে অসমতো ৰে’লৱে ষ্টেচনসমূহ আধুনীকিকৰণ কৰা হ’ব বুলি মন্তব্য কৰে৷ তদুপৰি ডিব্ৰুগড় আৰু তিনিচুকীয়া ৰে’লৱে ষ্টেচন আন্ত:ৰ্জাতিক পৰ্যায়ৰ ষ্টেচন হিচাপে নিৰ্মাণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰীজনে ৷

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.